আৰোপ
āropa
অৰ্থ
1.
অৰ্পণ কৰ্; স্হাপন কৰ্; লগাই দি; যেনে-"সি মোৰ গাত দোষ আৰোপিছে"
to impute; to attribute
সক. ধা.
2.
লগাই থ; ঢিলাকৈ বান্ধ
to tie loosely
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
āropa
অৰ্পণ কৰ্; স্হাপন কৰ্; লগাই দি; যেনে-"সি মোৰ গাত দোষ আৰোপিছে"
to impute; to attribute
সক. ধা.
লগাই থ; ঢিলাকৈ বান্ধ
to tie loosely
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ