আলসুৱা
a.lo.xu.wa
অৰ্থ
1.
কম স্থিতিস্থাপক গুণযুক্ত সহজতে ভাগি যোৱা বস্তু |
Having little elasticity; hence easily cracked or fractured or snapped.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
মাটিত পৰিবই নিদিয়া,বৰ আদৰ পোৱা চেনেহ কৰা৷
highly caressed, demonstration of great affection.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ