অন্নসাৰ
on.no.xar
অৰ্থ
1.
চেনি, ষ্টাৰ্চ, চেলুল’জ আদিৰ দৰে এক প্ৰকাৰ জৈৱিক পদাৰ্থ, যি প্ৰাণীৰ আহাৰত থকা প্ৰধান শক্তিৰ উৎস।
Any of a group of organic compounds that includes sugars, starches, celluloses, and gums and serves as a major energy source in the diet of animals.
বস্তুবাচক বিশেষ্য
2.
কণীৰ বগা অংশ; এবিধ জুলীয়া প্ৰ`টিন বা শ্বেতসাৰ।
[a] the white part of an egg. [b] a kind of liquid protein.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ