প্ৰৱণতা
pro.bo.no.ta
অৰ্থ
1.
মনৰ এক অন্তৰ্নিহিত নিৰ্দেশ বা উদ্দেশ্য; স্বাভাৱিক বা অভ্যাসগত আকৰ্ষণ বা মনোভাৱ
An implicit direction or purpose specially of the mind; natural or habitual inclination or tendency
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ