বিভৱ
bi.bhob
অৰ্থ
1.
মহাকৰ্ষণীয় ক্ষেত্ৰৰ কোনো বিন্দুলৈ অসীমৰ পৰা এক গ্ৰাম ভৰ কঢ়িয়াই আনোতে কৰিবলগীয়া কাৰ্য্য। বা বিদ্যুত্ ক্ষেত্ৰৰ কোনো বিন্দুলৈ একক আধান কঢ়িয়াই আনোতে কৰিব লগীয়া কাৰ্য্য।
the quantity determining the energy of mass in a gravitational field or of charge in an electric field.
গুণবাচক বিশেষ্য
2.
কোনো ব্যক্তিৰ টকা-পইছা, মাটি-বাৰী, সা-সম্পত্তি আদি৷
Anything owned by an individual that has a cash value. This includes property, goods, savings or investments
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ