গতিবেগ
go.ti.beg
অৰ্থ
1.
গতিৰ ক্ষিপ্ৰতা বা খৰ অৱস্থা
swiftness of motion
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
যিকোনো এটা গৈ থকা বস্তুৱে কিমান জোৰে গতি কৰিছে তাৰ পৰিমাণ বুজোৱা এটা ধ্ৰুৱক, যাৰ দিশ বস্তুটোৱে গতি কৰা দিশৰ সৈতে একে
A vector quantity whose magnitude is a body's speed and whose direction is the body's direction of motion.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ