শিথিলতা
xi.thi.lo.ta
অৰ্থ
1.
কৰ্মফল তাৰ কাৰকতকৈ পিছ পৰি থকা অৱস্থা; বিশেষকৈ এনে এক পৰিঘটনা, য’ত কোনো চৌম্বকীয় পদাৰ্থৰ চুম্বকীয় আৱেশ পৰিৱৰ্তিত চুম্বকীয় ক্ষেত্ৰখনতকৈ পিছ পৰি থাকে।
the lagging of an effect behind its cause; especially the phenomenon in which the magnetic induction of a ferromagnetic material lags behind the changing magnetic field
গুণবাচক বিশেষ্য
2.
টানকৈ বান্ধি বা সাঙোৰ খাই নথকা বাবে ইফালে সিফালে লৰিব পৰা গুণ ৷
The quality of movability by virtue of being free from attachment or other restraints.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ