← ফুৰি যাওক

খাপ খোৱা

khap kho’wa

অৰ্থ

1.

নিৰ্দ্দিষ্ট স্থানত কপকপীয়াকৈ লগা বা বান্ধ খাই পৰা; প্ৰয়োজনীয় আকাৰতকৈ মাত্ৰ অকণমান সৰু।

Fixed or fastened firmly in place; just smaller than the required size.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

কোনো বিৰোধ নোহোৱাকৈ একেলগে থাকিব বা কাম কৰিব পৰা

able to exist, live, or work together without conflict

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ