খজুৱা
kho.ju.wa
অৰ্থ
1.
দেহৰ কোনো পৃষ্ঠত চোকা বা খহটা বস্তুৰে ঘঁহি, মোহাৰি বা আঁচুৰি দে
to break, mar, or mark the surface of by rubbing, scraping, or tearing with something sharp or rough
অকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
ছালৰ কোনো অংশত এনে অনুভৱ কৰ যি নখ বা তেনে কোনো বস্তুৰে স্পৰ্শ কৰি শাম কটাব পাৰি৷
to have or feel a peculiar tingling or uneasy irritation of the skin that causes a desire to scratch the part affected
অকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ