← ফুৰি যাওক

হৃদয়

hri.doy

অৰ্থ

1.

ছন্দোময় সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ সঞ্চালন চলাই ৰখা ফোপোলা মঙহাল অঙ্গ

Hollow muscular organ maintaining the circulation of blood by rythmic contraction and dilation

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

মানুহৰ মন, অনুভূতি বা চিন্তাৰ কেন্দ্ৰ

Centre of thought, feeling and emotions

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হৃদয় · অসমীয়া অভিধান