← ফুৰি যাওক

সাঙুৰি ল

xa.ngu.ri lo

অৰ্থ

1.

সমগ্ৰ বা সমূহৰ ভিতৰত ঠাই দিয়া

to put in a certain category, comprise or reckon in as part of a whole,

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

গণ্ডী, পৰিসৰৰ ভিতৰত সুমুৱাই লোৱা ৷

Include in scope; include as part of something broader; have as one's sphere or territory.

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সাঙুৰি ল · অসমীয়া অভিধান