স্থিতি
sthi.ti
অৰ্থ
1.
কোনো বস্তু বা কাৰোবাৰ পাৰ্থিৱ অৱস্থান
the physical location of sb/sth
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
বৌদ্ধিক অৱস্থান
intelectual stand point
গুণবাচক বিশেষ্য
3.
অস্তিত্ব, চেতনা বা জীৱনৰ সত্য বা অৱস্থাটো, অথবা তেনে অৱস্থাত থকা কোনো বস্তু।
the state or fact of existence, consciousness, or life, or something in such a state.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ