সোৱাদ
xo’wad
অৰ্থ
1.
চেনি, মৌ আদিৰ ভাল লগা সোৱাদ
a pleasent taste like that of sugar, honey or saccharin.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
খাদ্য বস্তুৰ মুখত ভাল লগা গুণ|
The sensation that results when taste buds in the tongue and throat convey information about the chemical composition of a soluble stimulus.
কৃদন্ত বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ