শুন্
xun
অৰ্থ
1.
শ্ৰৱণেন্দ্ৰিয় বা কাণৰ দ্বাৰা শ্ৰাৱ্য সংকেত গ্ৰহণ কৰ্
to receive audio signal and understand it by the audio organ, i.e. the ear
সকৰ্মক ধাতু
2.
মনোযোগেৰে কিবা কথা শ্ৰৱণ কৰ্ ৷
To make an effort to hear something; hear something with attention.
অকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ