বৰ-
bor
অৰ্থ
1.
তপস্যাত সন্তুষ্ট হৈ দেৱতাই প্ৰদান কৰা আশীৰ্ব্বাদ
A blessing esp. those bestowed by a deity to an individual as result of his penance
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
সচৰাচৰ আকৃতিতকৈ বেছি আহল-বহল আকৃতিৰ।
of a size more than the average.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
3.
পাছলিৰ মিহিকৈ কটা সৰু টুকুৰা বা শাকৰ পাত, কোনো কোনো ফুল আদি বেচনত লেটিয়াই তেলত মৰমৰীয়াকৈ ভাজি খোৱা মুখৰোচক খাদ্য৷
deep fried piece(s) of vegetable or vegetable leaf covered with besan (gram flour)used as a fast food served with a main dish or tea.
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ