বিতৃষ্ণা
bi.tris.na
অৰ্থ
1.
তৃষ্ণাৰ বা হেঁপাহৰ অভাৱ ৷
Hate coupled with disgust showing lack of interest.
গুণবাচক বিশেষ্য
2.
প্ৰয়োজনতকৈ অধিক কৰাৰ ফলত হোৱা অস্বস্তি৷
disgust caused by excess.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ