← ফুৰি যাওক

বাৰ্তা

bar.ta

অৰ্থ

1.

লোকক জনাবলৈ মুখেৰে দিয়া বাতৰি বা লিখা কাকত ৷

An announcement (<i>verbal or written</i>) containing information about an event.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো মাধ্যমৰ জৰিয়তে এজনে আনজনক জনোৱা ইচ্ছা বা তেনে কোনো তথ্য

a wish or similar information conveyed from one to another via a medium

গুণবাচক বিশেষ্য

3.

সংযোগৰ জৰিয়তে আহৰণ কৰা বা পোৱা কোনো নিৰ্দ্দিষ্ট ঘটনা বা অৱস্থা বিষয়ক জ্ঞান

Knowledge of specific events or situations that has been gathered or received by communication

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বাৰ্তা · অসমীয়া অভিধান