বৃহস্পতি
bri.hos.po.ti.
অৰ্থ
সূৰ্য্যৰ পৰা পঞ্চম স্থানত অৱস্থিত, সৌৰজগতৰ আটাইতকৈ ডাঙৰ আৰু বৃহদাকাৰ গ্ৰহ।
The fifth planet from the sun, the largest and most massive in the solar system.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
দেৱতা সকলৰ গুৰু বুলি জনাজাত এজনা মুনি।
The preceptor of the Gods.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
বৃহস্পতি(চাৰ্বাক,চাৰ্বাক মুনি) নামৰ খ্ৰী পূ ৬ষ্ঠ শতিকাৰ চিন্তাবিদজন চাৰ্বাক দৰ্শনৰ প্ৰৱক্তা৷ ঈশ্বৰ আৰু বেদ অস্কীকাৰ কৰা দৰ্শন। যিকোনো বস্তুৰ অস্তিত্ব সম্পৰ্কে প্ৰামাণ্য তথ্য বিছাৰি প্ৰশ্ন কৰা লোক।
The Charvaka(Brihaspati) school was a philosophical movement in India that rejected the traditional religious order by challenging the authority of the Vedas as well as the hegemony the Brahman priests. The Charvaka school started to develop around the 7th century BCE, during the time when the culture of world renunciation emerged in India.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ