বৃত্ত
brit.to
অৰ্থ
1.
এটা নিৰ্দ্দিষ্ট বিন্দু, অৰ্থাত্ কেন্দ্ৰৰ পৰা সকলো স্থানতে সমদূৰত্বত থকা এডাল বক্ৰৰেখা
A plane curve everywhere equidistant from a given fixed point, the center.
গুণবাচক বিশেষ্য
2.
এজন ব্যক্তিৰ স্বভাৱ, গুণ আৰু সামৰ্থ্যৰ বৰ্ণনা।
A description of a person's attributes, traits, or abilities.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ