পৰিৱেশন কৰ্
poriwexon kor
অৰ্থ
1.
মানুহৰ এটা মাজত গোট বা দলৰ মাজত খাদ্য অথবা সাজ-পোছাক ভাগ কৰি দিয়া
to distribute sth like food, clothe among a group of people
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
নাটক, সঙ্গীত আদি প্ৰদৰ্শন কৰি দৰ্শকক আমোদ দে
To provide entertainment for an audience by exhibition of drama, music etc.
অকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ