পৰম্পৰাগত
po.rom.po.ra.go.to
অৰ্থ
1.
পূৰ্ব্বৰপৰা চলিত ৰীতি-নীতি, বিশ্বাস আদি ৷
Pertaining to time-honoured orthodox doctrines.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
পুৰুষানুক্ৰমে চলি অহা, ধাৰাবাহিকভাৱে চলি অহা৷
In agreement with the general trend, in succession according to tradition.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ