দৃশ্য
dri.syo
অৰ্থ
1.
প্ৰকৃততে দৃশ্যমান; যিটো দেখা হৈছে; চকুৰে দেখা পোৱা বস্তু
a visual reality; something seen; an object of sight
গুণবাচক বিশেষ্য
2.
কোনো স্থান বা বস্তুৰ এবাৰতে চাব পৰা অংশ৷
An expanse of scenery of a place that can be seen in a single view
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ