জেগা
je.ga
অৰ্থ
1.
কোনো নিৰ্দ্দিষ্ট সীমা থকা বা নথকা এক অঞ্চল
An area with definite or indefinite boundaries
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
কোনো কাৰণত থকা খালি জেগা
a place available for a particular purpose
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ