← ফুৰি যাওক

আমোলা

āmolā

অৰ্থ

1.

কোনো আদালত বা কাৰ্য্যৰ ঠাইত কাকতী বা লিখা-পঢ়া কাম কৰা কৰ্ম্মচাৰী; কেৰাণী

a clerk; a ministerial officer

বি.

2.

বেজাৰ বা নিৰাশা পাই মলিন বা দুখযুক্ত কৰ্ (মুখত খাটে)

to make the face cheerless or sorrowful

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আমোলা · অসমীয়া অভিধান