← ফুৰি যাওক

গতিপথ

go.ti.poth

অৰ্থ

1.

সূৰ্য্যৰ দৰে মহাজাগতিক কোনো অস্তিত্বক গ্ৰহ, উপগ্ৰহ, মহাকাশ যান আদিয়ে প্ৰদক্ষিণ কৰা, সাধাৰণতে অধিবৃত্তাকাৰ এক পথ

the path, usually elliptical, described by a planet, satellite, spaceship, etc., around a celestial body, as the sun.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

বায়ুৰ মাজেৰে গতি কৰোতে কোনো এটা গতিশীল বস্তুৱে অনুসৰণ কৰা পথ ৷

The path followed by an object moving through space. It may or may not be elliptical.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ