← ফুৰি যাওক

-ও

o``

অৰ্থ

1.

আগেয়ে কোৱাখিনিৰ উপৰিও

in addition to what is already stated before

সমন্ধবাচক অব্যয়

2.

দুটা বাক্যাংশ লগ লগোৱা শব্দ।

the word joining two equivalent clauses.

যোজক অব্যয়

সমাৰ্থক শব্দ

3.

বক্তাৰ ওচৰত থকা বস্তুক সূচোৱা শব্দ।

refers to an item close to the speaker.

সৰ্বনাম

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

-ও · অসমীয়া অভিধান