উপনিৱেশ
u.po.ni.wex
অৰ্থ
1.
বেপাৰ বা বসতিৰ কাৰণে এখন দেশৰপৰা অনেক মানুহ আহি যি ঠাইত বা দেশত থাকে ৷ সেইসকল ব্যক্তি নিজৰ দেশৰ নাগৰিক হৈ থাকে যদিও নীতিগত ভাৱে নিজৰ দেশৰ অধীনত নহয় ৷
A body of people who settle far from home but maintain ties with their homeland; inhabitants remain nationals of their home state but are not literally under the home state`s system of government.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ