← ফুৰি যাওক

আহিলা-পাতি

a.hi.la-pa.ti

অৰ্থ

1.

কোনো কাম কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ-পাতি অথবা তাৰ আনুসাংগিক সৰু যন্ত্ৰ ৷

An article, such as a hammer, saw, or spade, that is used by hand to help do a particular type of work.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

যন্ত্ৰ বা সাজ-পাৰৰ সৈতে থকা অতিৰিক্ত আহিলা

additional attachment to machine or clothing

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আহিলা-পাতি · অসমীয়া অভিধান