← ফুৰি যাওক

আয়ুস

a.yux

অৰ্থ

1.

জন্মৰপৰা বৰ্তমানলৈকে অথবা মৃত্যু/ধ্বংস হোৱালৈকে সময়খিনি ৷

The span of time that one has passed from the birth or the duration of his lifetime.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো জীৱ বাচি থকা কাল

the amount of time a living being can live

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আয়ুস · অসমীয়া অভিধান