আবিৰ্ভাৱ হ
a.bir.bhab ho
অৰ্থ
1.
ক’ৰবাৰ পৰা আহি পোৱা কাৰ্য্য
be present from somewhere
কৃদন্ত বিশেষ্য
2.
দৃশ্যমান হ বা অস্তিত্ব প্ৰকাশ কৰ্
to be or come in sight; to become evident or manifest; to come into existence; to come into public view
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
3.
দেখা দিয়া অথবা উপস্থিত হোৱা কাৰ্য্য ৷
An act of arriving or coming into sight.
কৃদন্ত বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ