অঙ্কিত
ong.kit
অৰ্থ
1.
চকুত লগা এটা অথবা বহুতো চিনযুক্ত ৷
Having one or more distinguishing marks.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
আঁকি বা অঙ্কন কৰি সৃষ্টি বা প্ৰকাশ কৰা।
created or depicted by sketching.
কৃদন্ত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ