← ফুৰি যাওক

অকৰা

o.ko.ra

অৰ্থ

1.

যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷

Tending to make poor decisions or careless mistakes

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

3.

কোনো অযুক্তিকৰ সিদ্ধান্ত বা কামৰ ক্ষেত্ৰত কোৱা হয়৷

refers to an unwise decision or action

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অকৰা · অসমীয়া অভিধান