← ফুৰি যাওক

ক্ষৌম

kṣauma

অৰ্থ

1.

পাটৰ কাপোৰ; যেনে-"ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে" (কীৰ্ত্তন)

silk cloth

বি.

2.

পাটৰ তৈয়াৰী

made of silk

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ক্ষৌম · অসমীয়া অভিধান