← ফুৰি যাওক

ক্ষেপ

kṣepa

অৰ্থ

1.

দলিওবা কাৰ্য্য; নিক্ষেপ

act of throwing

বি.

2.

অতিবাহিত কৰা কাৰ্য্য (যেনে-কাল-ক্ষেপ); আগ বঢ়াই দিয়া কাৰ্য্য (যেনে-পদক্ষেপ)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ