← ফুৰি যাওক

হেলেপনি

helepani

অৰ্থ

1.

পানীৰ হেন্দোলনি; পানীৰ ঢৌবে গৰাত খুন্দিয়াই কৰা শব্দ

agitation of water; flapping of water on the shore

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হেলেপনি · অসমীয়া অভিধান