← ফুৰি যাওক

হেলেং-পেলেং

helem-pelem

অৰ্থ

1.

ঢলং-পলং; দুখ-ভাগবত বা ভোক-পিয়াহত অস্হিৰ অবস্হা

a sense of weakness owing to hunger or fatigue; sense of exhaustion

বি.

2.

দুৰ্ব্বল; ঢলং-পলং; অস্হিৰ; থৰক-বৰক

unsteady; fatigued; exhausted

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হেলেং-পেলেং · অসমীয়া অভিধান