← ফুৰি যাওক

হেলা-ৰঙ্গে(-ঙে)

helā-raṅge(-ṅe)

অৰ্থ

1.

হেলা আৰু ধেমালিৰ ওপৰতে; অনায়াসে; যত্ন বা পৰিশ্ৰম নকৰাকৈ; হেলায়

easily; without exertion or effort

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হেলা-ৰঙ্গে(-ঙে) · অসমীয়া অভিধান