← ফুৰি যাওক

হেলচ

helaca

অৰ্থ

1.

সৰু, প্ৰায় টুবুকা-টুবুক পাতেৰে এবিধ ডাঙৰ ওখ গছ আৰু তাৰ সৰু সৰু ঘূৰণীয়া, থোপা বান্ধি লগা টেঙা গুটি; [গুটি পকিলে জামু- ক'লীয়া বৰণ ধৰে আৰু কিছু সোবাদ হয়; চোবাই বা পানীত ৰস উলিয়াই খোবা যায়; শুকাই গুড়ি কৰি বহু দিনলৈ ৰাখিব পাৰি।]; . ইয়াৰ আৰু এটা উপজাতি আছে; তাৰ গছ আৰু গুটি সৰু আৰু সি প্ৰায় দ ঠাইত হয়, ইয়াক পানী হেলচ বোলে।]

a kind of tree and its berry; Antidesma bumas ; Antidesme ghoesmbilii

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ