← ফুৰি যাওক

হেয়

heẏa

অৰ্থ

1.

ত্যাগৰ উপযুক্ত; এৰি পেলাব লগীয়া; ধৰিব নলগীয়া

fit or proper to be abandoned or rejected

বিণ.

2.

ঘৱণনীয়; তুচ্ছ; নৰম; সামান্য

contemptible; mean

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হেয় · অসমীয়া অভিধান