← ফুৰি যাওক

হেন্দোল্

hendol

অৰ্থ

1.

ওলমি লৰি থাক্; দোল; প্ৰবলভাবে সঞ্চালিত হ; তল-ওপৰ কৰি থাক্

to rock; to swing; to oscillate rapidly; to be greatly agitated

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হেন্দোল্ · অসমীয়া অভিধান