হেন তেন
অৰ্থ
1.
এনে তেনে; এই প্ৰকাৰ
such and such
বি.
2.
অমুক তমুক; এনে তেনে বা এই সেই প্ৰকাৰৰ কথা বা বস্ত্ত [কোনো বস্ত্ত বা কামৰ নাম নকৈ সঙ্কেতেৰে বা ভাবেৰে বুজোবাত ব্যবহাৰ কৰা যায়।]
so and so; such and such
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ