← ফুৰি যাওক

হেতা

hetā

অৰ্থ

1.

ভাত-আঞ্জা আদি বাঢ়িবলৈ বা কাঢ়িবলৈ ব্যবহাৰ কৰা দীঘল নাল লগোবা যতন; কৰচলি

a ladle

বি.

2.

হাতেৰে ঘূৰাবলৈ যঁতৰৰ ডিলামাৰিত লগোবা কাঠৰ যতন

the handle of a spinning wheel

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ