← ফুৰি যাওক

হেঙা-পুঙা

heṅā-puṅā

অৰ্থ

1.

জঞ্জাল; বাধা-বিঘিনি

trouble; obstacle

বি.

2.

মিছা ওজৰ-আপত্তি দেখুবাই কাম পেলাই থোবা কাৰ্য্য; আজি কৰিম কালিলৈ কৰিম বুলি কৰা পলম

putting off some work under false pretences; procrastination

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হেঙা-পুঙা · অসমীয়া অভিধান