হেঁকেৰ্-পেঁকেৰ
hem̐ker-pem̐kera
অৰ্থ
1.
মনোমালিন্য; পৰস্পৰ অপ্ৰীতি-ভাব; এজনে আন এজনৰ কথা ভালকৈ নুবুজাৰপৰা হোবা অলপীয়া দন্দ; হেঁকেচ্-কেচ
slight quarrel; misunderstanding
বি.
2.
পোন বা স্হিৰ হৈ ৰ'ব নোবৰা অবস্হা; ঢলোঁ-পৰোঁ; লৰক-ফৰক
unsteadiness
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ