← ফুৰি যাওক

হুট্- হুটনি

অৰ্থ

1.

হুট্ হুট্ কৰা কাৰ্য্য; অক. ধা. হুট্হুটা হুট্ হুট্ শব্দ কৰ্; ক্ৰি. বিণ. হুট্ হুট্ কৰে; যেনে-"তাক হুট্ হুট্ কৰে মৰিয়ালে"।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হুট্- হুটনি · অসমীয়া অভিধান