← ফুৰি যাওক

হিৰা-নাম

hirā-nāma

অৰ্থ

1.

থিয় হৈ বহুত মানুহে তাল আৰু চাপৰিৰে গোবা ঈশ্বৰৰ গুণ-কীৰ্ত্তন

song in praise of God Hari by a congregation standing, accompanied by cymbal and clapping of hands

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হিৰা-নাম · অসমীয়া অভিধান