← ফুৰি যাওক

হালোবা

hālobā

অৰ্থ

1.

এবিধ মিঠাই

sweetmeat

বি.

2.

হাল বোবা বা নাঙলেৰে মাটি চহোবা মানুহ

a ploughman; a peasant

বি.

3.

হাল বোবা; চহা

ploughing; rural; labouring

বিণ.

4.

হালত ব্যবহাৰ কৰা

used in ploughing (as an animal)

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হালোবা · অসমীয়া অভিধান