← ফুৰি যাওক

হালিচা

hālicā

অৰ্থ

1.

এহাল গৰুৰে এদিনত হাল ৰাই চাহ কৰিব পৰা জোখৰ মাটি; এপুৰাৰ চাৰি ভাগৰ এভাগ; বিঘা

about 3rd of an acre of land

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হালিচা · অসমীয়া অভিধান