হাল
hāla
অৰ্থ
1.
দশা; যেনে-"ৰজাৰ হালে চলা"।
2.
নাঙল-যুবঁলি আদি মাটি চহোবা যতন
ploughing implements collectively
বি.
3.
দুটা; এযোৰ
a couple, as of animals
বি.
4.
গাড়ীৰ চকাৰ পিঠিয়াৰ ওপৰত মেৰাই দিয়া লো; হাল বা নাঙলেৰে মাটি চাহ কৰ্
to plough
বি.
5.
বৰ্ত্তমান; চলি থকা; যেনে-"হাল চাকিন; হাল বন্দবস্ত"
present; current
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ