← ফুৰি যাওক

-হাৰী

-hārī

অৰ্থ

1.

হৰণ কৰোঁতা; দূৰ কৰোঁতা বা গুচাওঁতা (এটা বিশেষ্য পদৰ পাছত লগ লাগে।); যেনে-"ভয়হাৰী"

removing; taking off (used as the last member of a compound word)

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

-হাৰী · অসমীয়া অভিধান